মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Pollution Control Board

আমি কি কৰো

  • বোৰ্ডৰ কাম-কাজ, কাৰ্যাৱলী তথা দায়িত্বসমূহ আইন তথা নীতিৰ দ্বাৰা আৱদ্ধ হয় ৷অসমত এই বোৰ্ডে হাতত লোৱা কাম-কাজবোৰ এনেধৰণৰ-

    জল, বায়ু, ভূমি ইত্যাদিৰ লগত জড়িত কাম-কাজ, প্ৰদূষণ নিয়ণ্ত্ৰণ নিয়ণ্ত্ৰণ  আৰু বাস্ত্ৱীকৰণ
    পৰিৱেশ প্ৰদূষণ ৰ লগত জড়িত বিষয়ত চৰকাৰক উপদেশ তথা সহযোগ
    প্ৰদূষণ তথা পৰিৱেশ সম্পৰ্কীয় সমস্যাৰ ওপৰত তথ্য সংগ্রহ তথা বিতৰণ আৰু প্রতিবেদন প্রস্তুত ৷
    প্ৰদূষণ তথা পৰিৱেশ সম্পৰ্কীয় সমস্যাৰ গৱেষণা আৰু  তদন্ত৷
    কেন্দ্রীয় প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড, পৰিৱেশ তথা বন মন্ত্রালয়, ৰাজ্য চৰকাৰ, NGO তথা প্ৰদূষণ নিয়ণ্ত্ৰণ  আৰু পৰিৱেশৰ লগত জড়িত অন্যান্য সংস্থাৰ সৈতে সন্মিলিত তথা জনশিক্ষা কাৰ্যসূচী ৷
    উদ্যোগ তথা অন্যান্য উন্নয়নমূলক প্রকল্পৰ বাবে N.O.C. আৰু অনুমোদন  জাৰি৷
    নলা,বাণিজ্য প্রবাহ অঞ্চল, উদ্যোগ, ভিন ভিন উদ্যোগ, কাৰখানা আৰু নলা পৰিশোধন প্লেন্ট্ পৰিদৰ্শ্ণ৷
    বাণিজ্য/উদ্যোগ প্রবাহ, জলাশয়, বায়ু আৰু ভূমিৰ পৰিদৰ্শ্ণ তথা পৰীক্ষাগাৰ বিশ্লেষণ ৷
    9.প্রবাহ আৰু নিৰ্গমন মানদণ্ডৰ গুণাগুণ নিৰ্ধাৰণ তথা উন্নয়ন ৷
    10.প্রবাহ আৰু  নলাৰ ট্রিটমেন্টৰ বাবে কখৰচী তথা বিশ্বাসযোগ্য উপায় উদ্ভাৱন ৷
    11.নীতি আৰু আইনৰ অধীনত কাম কৰিবলৈ পৰীক্ষাগাৰ চিনাক্ত্কৰণ তথা স্থাপন ৷
    12.জল কৰ সংগ্র্হ আৰু বিশ্লেষণ৷
    13. নাগৰিক,ছাত্র্-ছাত্রী আদিক পৰিৱেশ সম্পৰ্কীয় শিক্ষা তথা জন-শিক্ষাৰ সজুলি প্রকাশ ৷
    14.উদ্যোগৰ স্থান আদি বিষয়ত চৰকাৰক উপদেশ ৷
    15.আইনৰ সুপ্রয়োগৰ নিশ্চিতকৰণ ৷