মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Environment, Forest and Climate Change Department Pollution Control Board

গোপনীয়তাৰ নীতি

এই ‌ৱেবচাইটে আপোনাৰপৰা কোনো বিশেষ ব্যক্তিগত তথ্য-পাতি(যেনে নাম,ফোন নম্বৰ বা ই-মেইল)যিবোৰে আমাক আপোনাক ব্যক্তিগতভা‌ৱে চিনাক্তকৰণ কৰিবলৈ সুবিধা দিব পাৰে-সেইবোৰ স্বয়ংক্ৰিয়ভা‌ৱে সংগ্ৰহ নকৰে ।

যদি এই ‌ৱেবচাইটে আপোনাক কোনো ব্যক্তিগত তথ্য জনাবৰ বাবে অনুৰোধ জনায়, কি বিশেষ উদ্দেশ্যেৰে এই তথ্যসমূহ লো‌ৱা হৈছে সেই বিষয়ে আপোনাক জনো‌ৱা হ'ব আৰু আপোনাৰ তথ্যবোৰ সযতনে সংৰক্ষিত কৰি ৰাখিবৰ বাবে যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰা হ'ব ।

এই ‌ৱেবচাইটৰ যোগেদি বিশেষ সকামত সংগ্ৰহ কৰা ব্যক্তিগতভা‌ৱে চিনাক্তকৰণ কৰিব পৰা তথ্যসমূহ আমি কোনো কাৰণতে কোনো তৃতীয় ব্যক্তি(চৰকাৰী অথবা ব্যক্তিগত)ক বিক্ৰী অথবা ভাগ-বিতৰণ নধৰো । এই ‌ৱেবচাইটলৈ যোগান ধৰা যিকোনো তথ্য হেৰুওৱাে,অপব্য‌ৱহাৰ,অনুমতিবিহীনভা‌ৱে অধিকাৰ লো‌ৱা, সলনি কৰা বা ধ্বংস কৰাৰ পৰা বিৰত থাকিবৰ বাবে বিশেষ যত্ন লো‌ৱা হ'ব ।