প্ৰদূষণকাৰী উপাদান | সময়ৰ ৱেইটেড গড় | পৰিবেশ গত বায়ুৰ ঘনত্ব | ||
উদ্যোগিক এলেকা | আবাসিক, গাঁও তথা আন এলেকা | সংবেনশীল এলেকা | ||
১ | ২ | ৩ | ৪ | ৫ |
চালফাৰ ডাইঅক্সাইড (SO2) | বাৰ্ষিক গড়* | 80 µg/m3 | 60 µg/m3 | 15 µg/m3 |
২৪ ঘণ্টা**** | 120 µg/m3 | 80 µg/m3 | 30 µg/m3 | |
অক্সাইডচ অৱ নাইট্রোজেন এজ NO2 | বাৰ্ষিক গড়* | 80 µg/m3 | 60 µg/m3 | 15 µg/m3 |
২৪ ঘণ্টা**** | 120 µg/m3 | 80 µg/m3 | 30 µg/m3 | |
চাচপেণ্ডেড পাৰ্টিকুলেট মেটাৰ (SPM) | বাৰ্ষিক গড়* | 360 µg/m3 | 140 µg/m3 | 70 µg/m3 |
২৪ ঘণ্টা**** | 500 µg/m3 | 200 µg/m3 | 100 µg/m3 | |
ৰেইচপাৰেবল পাৰ্টিকুলেট মেটাৰ (RPM) (১০ মাইক্রোনচতকৈ সৰু) | বাৰ্ষিক গড়* | 120 µg/m3 | 60 µg/m3 | 50 µg/m3 |
২৪ ঘণ্টা**** | 150 µg/m3 | 100 µg/m3 | 75 µg/m3 | |
লীড | বাৰ্ষিক গড়* | 1.0 µg/m3 | 0.75 µg/m3 | 0.50 µg/m3 |
২৪ ঘণ্টা**** | 1.5 µg/m3 | 1.0 µg/m3 | 0.75 µg/m3 | |
এমোনিয়া ১ | বাৰ্ষিক গড়* | 0.1 mg/m3 | 0.1 mg/m3 | 0.1 mg/m3 |
২৪ ঘণ্টা**** | 0.4 mg/m3 | 0.4 mg/m3 | 0.4mg/m3 | |
কাৰ্ব্ণ ম’ন’অক্সাইড | ৮ ঘণ্টা** | 5.0 mg/m3 | 2.0 mg/m3 | 1.0 mg/m3 |
১ ঘণ্টা | 10.0 mg/m3 | 4.0 mg/m3 | 2.0 mg/m3 | |
* | নিৰ্দ্ধাৰিত বিৰতীৰ মূৰে মূৰে ২৪ ঘণ্টাকৈ সপ্তাহত দুবাৰকৈ বছৰত অতি কমেও ১০৪ মেজাৰমেণ্ট্ত বাৰ্ষিক এৰিথমেটিক৷ | |||
** | ২৪ ঘণ্টা/ ৮ ঘণ্টাৰ ভেল্যু বছৰটোৰ ৯৮% সময়ত হ’ব লাগে৷অৱশ্যে ২% সয়ত এয়া বাঢ়িব পাৰে, কিন্তু একেলেঠাৰিয়ে দুদিনৰ বাবে নহয় ৷ নিৰ্দ্ধাৰিত বিৰতীৰ মূৰে মূৰে ২৪ ঘণ্টাকৈ সপ্তাহত দুবাৰকৈ বছৰত অতি কমেও ১০৪ মেজাৰমেণ্ট্ত বাৰ্ষিক এৰিথমেটিক৷ | |||
নোট: ১. ৰাষ্ট্রীয় এম্বিয়েণ্ট্ বায়ুৰ মানদণ্ড্ সূচক: জনস্বাস্থ্য্, গছ-বন তথা বয়-বস্তুৰ সুৰক্ষাৰ বাবে বায়ুৰ মানদণ্ড্ এক নিৰ্দিষ্ট্ সীমাৰ ভিতৰত ৰখা ৷ ২. যেতিয়াই যেতিয়া দুটা ভেলুৱে একেলগে নিজৰ নিজৰ সীমা পাৰ হৈ যায়, তেতিয়াই তাৰ নিয়মিয়া পৰীক্ষা তথা তদন্তৰ কথাটো আহি পৰে ৷ S.O. 384(E), বায়ু (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ) আইন,১৯৮১ ,এপ্রিল ১১,১৯৯৪] [EPA Notification: GSR 176(E), এপ্রিল ০২,১৯৯৬]. ৩.নতিফিকেচন SO.955(E), বায়ু (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ) আইন,১৯৮১, অক্টোবৰ ১৪,১৯৯৮] |