ৰাজ্য্ চৰকাৰে প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড, অসমৰ সদস্য মনোনীত কৰে৷ জল (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ)সংশোধনী আইন, ১৯৭৪ ৰ ৪ নং দফা অনুসৰি এই বোৰ্ড ১৯৭৫ চনৰ ২ জুনত গঠন কৰা হৈছিল৷ ইয়াক ক্রমে ১৯৮১, ১৯৮২, ১৯৮৩, ১৯৮৪, ১৯৮৫, ১৯৮৬, ১৯৯১, ১৯৯৩, ১৯৯৪, ১৯৯৬, ১৯৯৭, ২০০০, ২০০৫ আৰু ২০০৮ ত পুনৰ গঠন কৰা হয় ৷
আয়ুক্ত্ সচীব, অসম চৰকাৰ, পৰিৱেশ আৰু বন মন্ত্রালয় , দিছপুৰ অথবা মনোনীত লোক | ইআৰ. হেমন্ত্ কুমাৰ গগৈ, চেয়াৰমেন, প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড, অসম | মূখ্য্ সংৰক্ষক, বন আৰু বন্যপ্রাণী |
উপ সচীব, অসম চৰকাৰ, বিত্ত বিভাগ | শ্রী এইচ. কে. চৌধুৰী, WWT. | |
মূখ্য্ জনস্বাস্থ্য্ অভিযন্তা বা অতিৰিক্ত্ মূখ্য্ জনস্বাস্থ্য্ অভিযন্তা , অসম | উদ্যোগ সঞ্চালক/ অতিৰিক্ত্ উদ্যোগ সঞ্চালক, অসম | |
সঞ্চালক, নগৰ উন্নয়ন বিভাগ , অসম চৰকাৰ | পৰিচালন সঞ্চালক, অসম পেট্রোকেমিকেল লিমিটেড | |
চৰকাৰী বিশ্লেষক, অসম চৰকাৰ, ৰাজ্যিক জনস্বাস্থ্য্ পৰীক্ষাগাৰ, বামুণিমৈদান, গুৱাহাটী-২১ | ড. দুলাল গোস্বামী(অৱসৰপ্রাপ্ত্) বিভাগীয় প্রধান, পৰিৱেশ বিজ্ঞান, গুৱাহাটী বিশ্ববিদ্যালয় | |
ড. এ.কে. বৰুৱা(অৱসৰপ্রাপ্ত্), সঞ্চালক, ASTEC | ড. আনোৱাৰুদ্দিন চৌধুৰী | |
অসম বিজ্ঞান সমিতি (সভাপতি বা তেওঁৰ প্র্তিনিধি | শ্রী অভিজিত বৰুৱা, প্রাক্ত্ন সভাপতি,CII, NE Chapter. | |
শ্রী মজিবুৰ ৰহমান , প্রাক্ত্ন প্র্বক্তা , নগাঁও মহাবিদ্যালয় | সদস্য সচীব , প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড, অসম |