মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Pollution Control Board

আমি কোন

জল (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ)সংশোধনী আইন, ১৯৭৪ ৰ ৪ নং দফা অনুসৰি ৰাজ্যিক প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড,অসম ১৯৭৫ চনৰ ২ জুনত গঠন কৰা হৈছিল৷ই এক স্বায়ত্বশাসিত বিধিবদ্ধ সংস্থা ৷ পৰিৱেশ সুৰক্ষা তথা অসমৰ জল ও বায়ু প্ৰদূষণ ৰোধ আৰু নিয়ণ্ত্ৰণৰ দ্বাৰা দেশ তথা দেশৰ ঔদ্যোগিক ক্ষেত্রৰ বিকাশেই ইয়াৰ মূল উদ্দেশ্য ৷