বোৰ্ডৰ কাম-কাজ, কাৰ্যাৱলী তথা দায়িত্বসমূহ আইন তথা নীতিৰ দ্বাৰা আৱদ্ধ হয় ৷অসমত এই বোৰ্ডে হাতত লোৱা কাম-কাজবোৰ এনেধৰণৰ-
১ | জল, বায়ু, ভূমি ইত্যাদিৰ লগত জড়িত কাম-কাজ, প্ৰদূষণ নিয়ণ্ত্ৰণ নিয়ণ্ত্ৰণ আৰু বাস্ত্ৱীকৰণ |
২ | পৰিৱেশ প্ৰদূষণ ৰ লগত জড়িত বিষয়ত চৰকাৰক উপদেশ তথা সহযোগ |
৩ | প্ৰদূষণ তথা পৰিৱেশ সম্পৰ্কীয় সমস্যাৰ ওপৰত তথ্য সংগ্রহ তথা বিতৰণ আৰু প্রতিবেদন প্রস্তুত ৷ |
৪ | প্ৰদূষণ তথা পৰিৱেশ সম্পৰ্কীয় সমস্যাৰ গৱেষণা আৰু তদন্ত৷ |
৫ | কেন্দ্রীয় প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড, পৰিৱেশ তথা বন মন্ত্রালয়, ৰাজ্য চৰকাৰ, NGO তথা প্ৰদূষণ নিয়ণ্ত্ৰণ আৰু পৰিৱেশৰ লগত জড়িত অন্যান্য সংস্থাৰ সৈতে সন্মিলিত তথা জনশিক্ষা কাৰ্যসূচী ৷ |
৬ | উদ্যোগ তথা অন্যান্য উন্নয়নমূলক প্রকল্পৰ বাবে N.O.C. আৰু অনুমোদন জাৰি৷ |
৭ | নলা,বাণিজ্য প্রবাহ অঞ্চল, উদ্যোগ, ভিন ভিন উদ্যোগ, কাৰখানা আৰু নলা পৰিশোধন প্লেন্ট্ পৰিদৰ্শ্ণ৷ |
৮ | বাণিজ্য/উদ্যোগ প্রবাহ, জলাশয়, বায়ু আৰু ভূমিৰ পৰিদৰ্শ্ণ তথা পৰীক্ষাগাৰ বিশ্লেষণ ৷ |
9. | প্রবাহ আৰু নিৰ্গমন মানদণ্ডৰ গুণাগুণ নিৰ্ধাৰণ তথা উন্নয়ন ৷ |
10. | প্রবাহ আৰু নলাৰ ট্রিটমেন্টৰ বাবে কখৰচী তথা বিশ্বাসযোগ্য উপায় উদ্ভাৱন ৷ |
11. | নীতি আৰু আইনৰ অধীনত কাম কৰিবলৈ পৰীক্ষাগাৰ চিনাক্ত্কৰণ তথা স্থাপন ৷ |
12. | জল কৰ সংগ্র্হ আৰু বিশ্লেষণ৷ |
13. | নাগৰিক,ছাত্র্-ছাত্রী আদিক পৰিৱেশ সম্পৰ্কীয় শিক্ষা তথা জন-শিক্ষাৰ সজুলি প্রকাশ ৷ |
14. | উদ্যোগৰ স্থান আদি বিষয়ত চৰকাৰক উপদেশ ৷ |
15. | আইনৰ সুপ্রয়োগৰ নিশ্চিতকৰণ ৷ |