প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড, অসম নিম্নোক্ত আইন আৰু নিয়মসমূহৰ দ্বাৰা পৰিচালিত হৈ আহিছে :
- জল (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ) আইন,১৯৭৪ ৰ অন্তৰ্গত নিৰ্দ্দেষণা (অসম নীতি -১৯৭৭ )
- জল (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ)সংশোধনী আইন , ১৯৭৮ ৷
- জল (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ)সংশোধনী আইন , ১৯৮৮
জল (ৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ) কৰ আইন,১৯৭৭
- জল (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ) আইন,১৯৭৪ ৰ অন্তৰ্গত নিৰ্দ্দেষণা (অসম নীতি -১৯৭৭ )
- বায়ু (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ) আইন,১৯৮১ ৰ অন্তৰ্ভুক্ত বায়ু (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ) অসম নীতি -১৯৯১ ।
- বায়ু (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ) সংশোধনী আইন , ১৯৮৭ ৷
পৰিৱেশ (সুৰক্ষা) আইন , ১৯৮৬
- পৰিৱেশ সুৰক্ষা নীতি, ১৯৮৬ (২০০০)
- ক্ষতিকাৰক আৰু অন্যান্য আৱৰ্জনা (ব্যৱস্থাপনা আৰু আন্তঃসীমান্ত বিচলন) নীতি , ২০১৬ ৷
- ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ উৎপান ,সংৰক্ষণ আৰু আমদানি নীতি ,১৯৮৯ আৰু ইয়াৰ সংশোধন
- ক্ষতিকাৰক মাইক্র'-অৰগেনিজম জেনেটিকেলি ইঞ্জিনিয়াৰ্ড অৰগেনিজম বা কোষৰ উৎপাদন ,ব্যৱহাৰ , আমদানি ,ৰপ্তানি আৰু সংৰক্ষণ নীতি , ১৯৮৯ ৷
- ৰসায়নিক দূৰ্ঘটনা (জৰুৰীকালিন পৰিকল্পনা, সজাগতা আৰু প্রতিক্রিয়া ) নীতি, ১৯৮৬ ৷
- বায়' মেডিকেল আৱৰ্জনা ব্যৱস্থাপনা নীতি , ২০১৬ ৷
- কঠিন আৱৰ্জনা ব্যৱস্থাপনা নীতি , ২০১৬ ৷
- প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা নীতি , ২০১৬ ৷
- শব্দ প্ৰদূষণ (নিৰ্দ্দেষণা আৰু নিয়ণ্ত্ৰণ) নীতি , ২০০০ ৷
- বেটাৰী (ব্যৱস্থাপনা আৰু ব্যৱহাৰ ) নীতি , ২০০১ ৷
- অ'জন হ্রাসকাৰী পদাৰ্থ (নিয়ণ্ত্ৰণ)নীতি , ২০০০ ৷
- পৰিৱেশ প্রভাৱ মূল্যাংকন অধিসূচনা ২০০৬ ৷
জনসাধাৰণৰ দায়িত্ব বীমা আইন, ১৯৯১
- জনসাধাৰণৰ দায়িত্ব বীমা আইন, ১৯৯১
ৰাষ্ট্রীয় পৰিৱেশ উত্তৰবিচাৰকাৰী কৰ্ত্তৃপক্ষ আইন ,১৯৯৭
Downloads
Title | Size | Detail |
---|
BMWRules2016_1 | 702.58 KB | |
SWMRules2016(Hindi-Eng) | 927.66 KB | |
PWMRules2016_0 | 527.92 KB | |