মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Environment, Forest and Climate Change Department Pollution Control Board

পৰীক্ষাগাৰ

ৰাজ্যিক প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড, অসমৰ গুৱাহাটীৰ বামুণীমৈদামস্থিত মূখ্য কাৰ্যালয়ত বোৰ্ডৰ এটা কেন্দ্রীয় পৰীক্ষাগাৰ আছে ৷ আনহাতে , শিৱসাগৰ, শিলচৰ , তেজপুৰ আৰু বঙাইগাঁওৰ প্রাদেশিক কাৰ্যালয়ত চাৰিটা প্রাদেশিক পৰীক্ষাগাৰ আছে ৷ পৰৱেশ প্ৰদূষণ সম্পৰ্কীয় বিশ্লেষণ তথা নিয়মীয়া প্ৰদূষণ নিয়ণ্ত্ৰণ ব্যৱস্থাৰ লগতে এই বিষয়ক বৈজ্ঞানিক গৱেষণাৰ ববে প্রয়োজনীয় সা-সজুলি, মানৱ শক্তি আদি ইয়াত মজুত আছে ৷

কেন্দ্রীয় পৰীক্ষাগাৰ

এই কেন্দ্রীয় পৰীক্ষাগাৰটি মূলতঃ পাঁচটা ভাগত বিভক্ত- জল বিভাগ , ময়লা পানী বিভাগ , অণুজীৱ বিভাগ, জৈৱ পৰীক্ষণ তথা জৈৱচিনাক্তকৰণ আৰু বায়ু বিভাগ ৷ ভূমি ,পানী আৰু বায়ু প্রদূষণ কৰাব পৰা সম্ভাব্যপৰ সকলো উপাদান পৰীক্ষা কৰি চাব পৰাকৈ কিছুমান অত্যাধুনিক সজুলিৰে এই পৰীক্ষাগাৰটি সজোৱা হৈছে আৰু সকলোধৰণৰ সমস্যা ফঁহিয়াই চোৱাৰ ক্ষেত্রত বোৰ্ডে এই পৰীক্ষাগাৰটিৰ সহায় লয় ৷ উপলভ্য সজুলিৰ সহায়ত কি পদ্ধতিৰে কেন্দ্রীয় পৰীক্ষাগাৰত ধ্রুৱক সমূহৰ বিশ্লেষণ কৰা হয়, তাৰ এখন তালিকা তলত দিয়া হ'ল:

ধ্রুৱকৰ বিশ্লেষণৰ বাবে ব্যৱহৃত পদ্ধতি

১. বাহ্যিক ধ্রুৱক
ক্রমিক নংধ্রুৱকপদ্ধতি
১ৰংদৃশ্যমান তুলনাত্মক পদ্ধতি (কেৱল পেয় পানীৰ বাবে )
২পৰিবাহিতাপৰিবাহিতা মিটাৰ
৩pH ভেলুpH মিটাৰ
৪চাচপেণ্ডেড কঠিন পদাৰ্থছালৰ ফিল্টাৰ যন্ত্রপাতি (মিলিপোৰ ভেকুৱাম ফিল্টাৰেশ্যন যন্ত্রপাছালৰ ফিল্টাৰ যন্ত্রপাতি তি )
৫চেটেলেবল কঠিন পদাৰ্থইম্ফোফ কনচেনট্রেচন : ভলিউমৰ দ্বাৰা (mg/L)
৬চ্লাড্জ ভলিউম ইনডেক্সইম্ফোফ কনচেনট্রেচন : ইম্ফোফ কনচেনট্রেচন বা গুচ্ছ ক্রুচিবল
৭সৰ্বমুঠ ভলিউম ইনডেক্সগ্রেভিমেট্রিক
৮তাপমানথাৰ্মোমিটাৰ
৯অস্বচ্ছতানেফেল'মেট্রিক
২. ৰাসায়নিক ধ্রুৱক
ক্রমিক নংধ্রুৱকপদ্ধতি
১অম্লতাক. ইলেকট্র'মেট্রিক/ প'টেনছ'মেট্রিক টাইট্রেশ্বন
খ. কালাৰ ইণ্ডিকেটৰ টাইট্রেশ্বন
২ক্ষাৰতাক. ইলেকট্র'মেট্রিক/ প'টেনছ'মেট্রিক টাইট্রেশ্বন
খ. কালাৰ ইণ্ডিকেটৰ টাইট্রেশ্বন
৩এম'নিকেল নাইট্রিজেনক. পাতনৰ পাছত কালাৰিমেট্রিক (নেছেলৰিজাইজেশ্বন
খ. পাতনৰ পাছত টিট্রিমেট্রিক প্রক্রিয়া
গ. পাতনৰ পাছত আয়'ন চিলেক্টিভ প্রক্রিয়া
৪আৰ্ছেনিকচিলভাৰ ডিথিল ডিথিঅ'কাৰ্ব'নেট
৫বৰণUV-VIS স্পেক্ট্র'ফ'ট'মিটাৰ
৬কাৰ্বণ ডাই অক্সাইডটিট্রিমেট্রিক
৭কেডমিয়ামএট'মিক এবজৰ্পশ্বন স্পেক্ট্র'ফ'ট'মিটাৰ
৮ৰাসায়নিক অক্সিজেন চাহিদাডাইক্র'মেট ৰিফ্লাক্স
৯জৈৱৰাসায়নিক অক্সিজেন চাহিদা২৭ ডিগ্রী চেলছিয়াছ উষ্ণতাত তিনি দিনৰ বাবে BOD ৷
১০ক্ল'ৰাইডটিট্রিমেট্রিক (আৰ্জেন্ট'মেট্রিক বা মাৰকিউৰিক নাইট্র্রেট)
১১ক্ল'ৰাইড ৰেচিডুৱেলটিট্রিমেট্রিক
১২কেলছিয়ামটিট্রিমেট্রিক (EDTA)
১৩ক্র'মিয়ামক. এট'মিক এবজৰ্পশ্বন স্পেক্ট্র'ফ'ট'মিটাৰ (সৰ্বমুঠ)
খ. কালাৰ'মেট্রিক (ডাইফেনিলকাৰ্বাজাইড),(হেক্সাভেলেণ্ট, ট্রাইভেলেণ্ট আৰু সৰ্বমুঠ)
১৪কপাৰএট'মিক এবজৰ্পশ্বন স্পেক্ট্র'ফ'ট'মিটাৰ
১৫দ্রৱীভূত অক্সিজেনৱিংকলাৰ টিট্রিমেট্রিক-এজাইড মোডিফিকেশ্বন(ল'ড' মেট্রিক)মেট্রিক
১৬ফ্ল'ৰাইডক. পাতনৰ পাছত কালাৰিমেট্রিক (SPDNS)
খ. পাতনৰ পাছত ফ্ল'ৰাইড চিলেক্টিভ ইলেকট্র'ড
১৭সৰ্বমুঠ কঠিনতাটিট্রিমেট্রিক (EDTA)
১৮আয়'ডিনকালাৰ'মেট্রিক (লিউচ ক্রিষ্টেল ভায়োলেট অৱ কেটেলিটিক ৰিডাক্সন)
১৯লোকালাৰ'মেট্রিক (ফেনানন্থ্রোলিন)
২০লিডএট'মিক এবজৰ্পশ্বন স্পেক্ট্র'ফ'ট'মিটাৰ
২১মেংগানিজএট'মিক এবজৰ্পশ্বন স্পেক্ট্র'ফ'ট'মিটাৰ (সৰ্বমুঠ)
২২মেগনেছিয়ামপাৰ্থ্ক্যৰ দ্বাৰা (সৰ্বমুঠ কঠিনতা আৰু টিট্রিমেট্রিকেলি লাভ কৰা কেলছিয়ামৰ পাৰ্থ্ক্য )
২৩পাৰাশিখাবিহীন(শীতল বাষ্প)এট'মিক এবজৰ্পশ্বন (পাৰা এনালাইজাৰ)
২৪নিকেলএট'মিক এবজৰ্পশ্বন স্পেক্ট্র'ফ'ট'মিটাৰ
২৫নাইট্রাইট নাইট্র'জেনকালাৰ'মেট্রিক (ডায়েয'টাইজেশ্বন)
২৬নাইট্রেট নাইট্র'জেনকালাৰ'মেট্রিক
২৭তেল আৰু গ্ৰীজগ্রেভিমেট্রিক (সাধাৰণ এক্সট্রেকছন)
২৮ফছফেটক. অৰ্থফছফেট (প্রিট্রিটমেন্টৰ পাছত কালাৰ'মেট্রিক (ষ্টেনাউছ-
ক্ল'ৰাইড বা ভেনেডিয়াম মলিবডেট)
খ. পলিফছফেটট –ও-
গ. সৰ্বমুঠ–ও-
২৯ফেন'লছপাতনৰ কালাৰ'মেট্রিক (৪-এমিন'এন্টিপিৰিণ)বা  (ক্লোৰ'ফৰ্ম এক্সট্রেকছন)
৩০পটেছিয়ামফ্লেইম ফ'ট'মিটাৰ
৩১ছিলিকাকালাৰ'মেট্রিক (হিটাৰ'পলি ব্লু বা মলিবড'ছিলিকেট)
৩২ছডিয়ামফ্লেইম ফ'ট'মিটাৰ
৩৩ছালফাইটটিট্রিমেট্রিক (ইড'মেট্রিক)
৩৪ছালফেটটুৰ্বিডিমেট্রিক
৩৫জিংকএট'মিক এবজৰ্পশ্বন স্পেক্ট্র'ফ'ট'মিটাৰ
৩. বেক্টেৰিঅ'ল'জিকেল ধ্রুৱক
ক্রমিক নংধ্রুৱকপদ্ধতি
১ট'টেল ক'লিফৰ্মমাল্টিপল টিউব ডিলিউশ্বন পদ্ধতি
২ফেকেল ক'লিফৰ্মমাল্টিপল টিউব ডিলিউশ্বন পদ্ধতি
৪. ক. জৈৱ-পৰ্যবেক্ষণ:

আমাৰ চৌপাশৰ পৰিৱেশত হৈ থকা পৰিৱৰ্ত্ত্ণ চিনাক্ত্ কৰাৰ বাবে জীৱৰ সহায় লোৱাকে জৈৱ-পৰ্যবেক্ষণ বোলে ৷সাম্প্র্তিক সময়ত পৰিৱেশৰ স্থিতি জনাৰ ক্ষেত্র্ত জৈৱ-আহৰণ তথা জৈৱিক প্র্ভাৱ, খুবেই বিশ্বাসযোগ্য্ আৰু ফলপ্র্সু বুলি চিহ্নিত হৈছে ৷জৈৱ-পৰ্যবেক্ষণৰ গোটেই প্ৰ্ক্ৰিয়াটো কমখৰচী, যুক্তিযুক্ত্ আৰু পৰিৱেশৰ সঘন পৰিৱৰ্ত্ত্ণক লৈ খুবেই সংবেনশীল ৷

এতিয়ালৈকে জৈৱ-পৰ্যবেক্ষণৰ বাবে প্রাকৃতিক আৰু কৃত্রিম নিম্ন্স্থ্ স্ত্ৰ উভয় পদ্ধতিয়েই ব্য্ৱহাৰ কৰি অহা হৈছে । প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড, অসমে ভাৰতৰ ৰাষ্ট্রীয় জলজ নদী শৃংখলা পৰ্যবেক্ষণ কাৰ্য্সূচীৰ অধীনত পানীৰ সাধাৰণ গুণাগুণ নিৰূপনৰ বাবে ইতিমধ্যে জৈৱ-পৰ্যবেক্ষণ আৰম্ভ্ কৰি দিছে ৷ইয়াৰ বাহিৰেও, CPCBৰ নেত্তৃত্ত্ত জৈৱ-পৰ্যবেক্ষণৰ আৰু কেটামান প্র্কল্প্ জৈৱ-পৰ্যবেক্ষণ পৰীক্ষাগাৰত অব্যাহত আছে ৷ এতিয়ালৈ অধ্য্য়ন কৰা ধ্রুৱকৰ তালিকাখন তলত দিয়া ধৰণৰ:

ক্রমিক
নং
ধ্রুৱকপদ্ধতি
১চেপ্রোবেটিক ইনডেক্স্প্রাকৃতিক নিম্ন্স্থ্ স্ত্ৰ -কৃত্রিম নিম্ন্স্থ্ স্ত্ৰ
২ডাইভাৰচিটি ইনডেক্স্-ও-
৩P/R অনুপাত-ও-
৪. খ. জৈৱ –গৱেষণা:

জৈৱ –গৱেষণাগাৰত নাৰ্ছিং হোমৰ নমুনা বোৰ বিশ্লেষণ কৰি তাত হোৱা প্র্দূষণৰ মাত্রা পৰীক্ষা কৰি চোৱা হয়৷ প্রবাহত মাছ এৰি দিয়াৰ পাছত কিমান সময় জীয়াই থাকে সেয়া গণনা কৰি এই পৰীক্ষা কৰা হয় ৷ইয়াত প্রয়োগ কৰা পদ্ধতিটো হ'ল লেথেল কনছেন্ট্রেছন (L/C 50) ৷

৫. বায়ু ধ্রুবক
ক্রমিক
নং
ধ্রুৱকপদ্ধতি
১এনওএক্স্ছডিয়াম আৰ্ছেনাইট পদ্ধতি
২এছপিএমহাই ভলিউম পদ্ধতি
৩এছও২মোডিফাইড ৱেষ্ট্ আৰু গেক পদ্ধতি
৪ছিওআইআৰ স্পেক্ট্রোস্কোপি  পদ্ধতি
৫এন এইছ৩ৰাসয়নিক
৬গতিফ্লু গেছ মনিটৰ
 মাইক্রোমেটেওৰ'ল'জিকেল 
৭বায়ুৰ গতিএনিম'মিাৰ
৮উষ্ণ্তাথাৰ্মোমিটাৰ
 ভেহিকুলাৰএমিছন 
৯কাৰ্ব্ণ ম'ন'ক্সাইডএনডিআইআৰ স্পেক্ট্রোস্কোপি  পদ্ধতি
আঞ্চলিক ল্যবৰেটৰীজ:

বোৰ্ড্ৰ শিৱসাগৰ, শিলচৰ, তেজপুৰ আৰু বঙাইগাঁওস্থিত প্রাদেশিক কাৰ্যালয় চাৰিটাত চাৰিটা প্রাদেশিক পৰীক্ষাগাৰ আছে ৷ এই কাৰ্যালয়সমূহৰ আওটাত থকা অঞ্চলবোৰৰ পৰিৱেশ প্ৰদূষণ সম্পৰ্কীয় বিশ্লেষণ ব্যৱস্থাৰ বাবে প্রয়োজনীয় সা-সজুলি, মানৱ শক্তি আদি ইয়াত মজুত আছে ৷