মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Pollution Control Board

পানীৰ গুণাগুণ সূচক

NWMP ৰ অধীনত অসমৰ পানীৰ বাবে গুণাগুণ সূচক-

পানীৰ গুণাগুণ সূচক [WQI] নিৰ্দ্ধাৰণৰ নিৰ্ণায়কসমূহ হ’ল-

১. WQI ক ‘সন্তোষজনক’ আৰু ‘সন্তোষজনক নহয়’ ৰে প্র্কাশ কৰা হয় ৷

২. পানীৰ গুণাগুণ সূচক নিৰ্দ্ধাৰণ কৰোতে এই চাৰিটা কথাৰ ওপৰত গুৰুত্ব্ দিয়া হয়- দ্র্ৱীভূত অক্সীজেন [DO], বায়’ল’জিকেল অক্সীজেনৰ চাহিদা [BOD], ফেকেল ক’লিফৰ্ম্ আৰু সম্পূৰ্ণ্ ক’লিফৰ্ম্ কাউন্ট্ ৷পানীৰ গুণাগুণ নিৰ্ণায়কসমূহ ইয়াৰ ওপৰত লাগু হয় ৷

৩. এম্বিয়েন্ট্ কনচেনট্রেচন আৰু কৰেচপণ্ডিং ক্রাইটেৰিয়াৰ ওপৰত ভিত্তি কৰি পানীৰ গুণাগুণ ‘সন্তোষজনক’ হয় নে নহয় কোৱা হয় ৷

৪. প্র্ত্যেক ধ্রুৱকৰ ক্রাইটেৰিয়া এনেধৰণৰ-

  1. ক. দ্র্ৱীভূত অক্সীজেন : < ৪.0 mg/l/l
  2. খ. বায়’ল’জিকেল অক্সীজেনৰ চাহিদা: > ৩.0 mg/l
  3. ফেকেল ক’লিফৰ্ম্: > ২৫00 MPN/ 100 ml
  4. সম্পূৰ্ণ্ ক’লিফৰ্ম্: > ৫000 MPN/ 100 ml

৫. উপৰোক্ত্ সমূহৰ ভিতৰত এটা ধ্রুৱকৰ ক্রাইটেৰিয়া নিমিলিলেও ফলাফল ‘সন্তোষজনক নহয়’ আহে ৷

অসমৰ ভিন ভিন ঠাইৰ নদীসমূহৰ মাহিলী পানীৰ গুণাগুণ সূচক তলত উল্লেখ কৰা হ’ল-

Downloads
TitleSizeDetail
ডব্লিউ কিউ আই মে মাহৰ বাবে ২০১৬31.31 KBswf-image
ডব্লিউ কিউ আই জুন মাহৰ বাবে ২০১৬31.66 KBswf-image
ডব্লিউ কিউ আই জুলাই মাহৰ বাবে ২০১৬32.39 KBswf-image
ডব্লিউ কিউ আই আগষ্ট মাহৰ বাবে ২০১৬32.57 KBswf-image
ডব্লিউ কিউ আই চেপ্তেম্বৰ মাহৰ বাবে ২০১৬32.27 KBswf-image
ডব্লিউ কিউ আই অক্টোবৰ মাহৰ বাবে ২০১৬32.31 KBswf-image
ডব্লিউ কিউ আই নবেম্বৰ মাহৰ বাবে ২০১৬32.71 KBswf-image
ডব্লিউ কিউ আই ডিচেম্বৰ মাহৰ বাবে ২০১৬35.85 KBswf-image
ডব্লিউ কিউ আই জানুৱাৰী মাহৰ বাবে ২০১৭35.34 KBswf-image
ডব্লিউ কিউ আই ফ্ৰেব্ৰুৱাৰী মাহৰ বাবে ২০১৭40.45 KBswf-image
ডব্লিউ কিউ আই মাৰ্চ মাহৰ বাবে ২০১৭36.07 KBswf-image
ডব্লিউ কিউ আই এপ্ৰিল মাহৰ বাবে ২০১৭35.48 KBswf-image