মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Pollution Control Board

খোৱা পানীৰ বাবে ভাৰতীয় ষ্টেণ্ডাৰ্দ্ স্পেচিফিকেছন ১০৫০০ – ১৯৮৩

  • নংবস্তু বা চৰিত্র্ৰিকুৱাৰমেন্ট্ দিজায়াৰেবল সীমাদিজায়াৰেবল সীমাৰ বাহিৰত আনদিজায়াৰেবল ইফেক্ট্দিজায়াৰেবল/ বাধ্য্তামূলকমতামত
    ৰং, হেজেন ইউনিটচ,মেক্স্--এবোভ ১০বাধ্য্তামূলকবিকল্প্ উৎসৰ অনুপস্থিতিত যদি বিষাক্ত্ উপাদান ধৰা নপৰে, তেন্তে ৫০ লৈ বঢ়াব পৰা যায়৷
    গোন্ধ্আপত্তিজনক--বাধ্য্তামূলকক. চেচা আৰু গৰমত পৰীক্ষা
    খ. ভিন ভিন তৰলত পৰীক্ষা
    সোৱাদএগ্রীয়েবল--বাধ্য্তামূলকসুৰক্ষা সুনিশ্চিত হোৱাৰ পাচতহে পৰীক্ষা কৰিব লাগে৷
    টাৰ্বিডিটি, এনটিইউ১০এবোভ ১০উপভোক্তাৰ গ্র্হণযোগ্য্তা কমেবাধ্য্তামূলকবিকল্প্ উৎসৰ অনুপস্থিতিত ২৫ লৈ বঢ়াব পৰা যায়৷
    pH ভেল্যু৬.৫ -৮.৫ঔইয়াতকৈ অধিক হ’লে পানীয়ে শ্লৈষ্মিক মেম্ব্রেন্স্/পানী যোগানত প্র্ভাৱ পেলাব৷  বাধ্য্তামূলকবিকল্প্ উৎসৰ অনুপস্থিতিত ৯.২ লৈ বঢ়াব পৰা যায়৷
    মুঠ কঠিনতা ( CaCO3 ) mg/l Max.৩০০পানী যোগান গাঁঠনিত এনক্রাষ্টেছন আৰু ঘৰুৱা ব্য্ৱহাৰত কুপ্র্ভাৱবাধ্য্তামূলকআন উৎসৰ অনুপস্থিতিত ৬০০ লৈ বঢ়াব পৰা যায়৷.
    কেলছিয়াম (Ca),
    mg/l, Max.
    ৭৫পানী যোগান গাঁঠনিত এনক্রাষ্টেছন আৰু ঘৰুৱা ব্য্ৱহাৰত কুপ্র্ভাৱদিজায়াৰেবলআন উৎসৰ অনুপস্থিতিত ২০০ লৈ বঢ়াব পৰা যায়৷.
    মেগনেছিয়াম
    (Mg),
    mg/l, Max.
    ৩০পানী যোগান গাঁঠনিত এনক্রাষ্টেছন আৰু ঘৰুৱা ব্য্ৱহাৰত কুপ্র্ভাৱদিজায়াৰেবলআন উৎসৰ অনুপস্থিতিত ১০০ লৈ বঢ়াব পৰা যায়৷.
    কপাৰ (Cu), mg/l, Max.0.0৫ইয়াৰ বেছি হ’লে এষ্ট্রিনজেন সোৱাদ আহে, বৰণ সলনি হয়, বাচন আৰু নলীত ক’ৰ’জন হয়৷দিজায়াৰেবল১.৫ লৈ বঢ়াব পৰা যায়৷.
    ১০.লো (Fe), mg/l, Max.0.৩ইয়াৰ বেছি হ’লে সোৱাদ/দেখিবলৈ বেলেগ হয়,পানীৰ  গাঁঠনি আৰু ঘৰুৱা ব্য্ৱহাৰত কুপ্র্ভাৱ পৰে আৰু লো বেক্তেৰিয়া বাঢ়ে ৷বাধ্য্তামূলকবিকল্প্ উৎসৰ অনুপস্থিতিত ১.০ লৈ বঢ়াব পৰা যায়৷
    11.মেংগানীজ (Mn),
    mg/l, Max.
    0.১ইয়াৰ বেছি হ’লে পানীৰ গাঁঠনি আৰু ঘৰুৱা ব্য্ৱহাৰৰ সোৱাদ/দেখাত কুপ্র্ভাৱ পৰে৷দিজায়াৰেবলবিকল্প্ উৎসৰ অনুপস্থিতিত ০.৫ লৈ বঢ়াব পৰা যায়৷.
    12.চালফেট (SO4),  mg/l, Max.২৫০ইয়াৰ বেছি হ’লে আৰু মেগনেছিয়াম ছডিয়াম থাকিলে গেষ্ট্রোইন্টেষ্টিনেল ইৰিগেছন হয় ৷বাধ্য্তামূলকমেগনেছিয়াম ৩০ তকৈ বেছি নহ’লে, ৪০০ লৈ বঢ়াব পৰা যায়৷
    13.ক্লোৰাইড (Cl), mg/l, Max.২৫০ইয়াৰ বেছি হ’লে সোৱাদ/ক’ৰ’জন আৰু পেলেবিলিটিত প্র্ভাব পৰে৷বাধ্য্তামূলকবিকল্প্ উৎসৰ অনুপস্থিতিত১০০০ লৈ বঢ়াব পৰা যায়৷.
    14.নাইট্রেট (NO3) mg/l, Max.৪৫ইয়াৰ বেছি হ’লে, মেথেম’গ্লোবিনেমিয়া হয়৷দিজায়াৰেবলকোনো ৰেহাই নাই৷
    15.ফ্লোৰাইড (F), mg/l0.৬ to ১.২কম পৰিমানৰ ফ্লোৰাইডে দাঁতৰ সমস্যাৰ সৃষ্টি কৰে আৰু ১.৫ তকৈ বেছি ফ্লোৰোচিছ হয়৷দিজায়াৰেবল0.৬ তকৈ ক’ম হ’লে পনীৰ উৎসক নাকচ কৰি দিয়া উচিত৷ অৱশ্যে লগতে স্বাস্থ্য্জনিত ব্য্ৱস্থা ল’ব লাগে৷ বিকল্প্ উৎসৰ অনুপস্থিতিত১.৫ লৈ বঢ়াব পৰা যায়৷.
    16.ফেন’লিক কম্পাউণ্ডছ (C6H5OH), mg/l, Max.0.00১ইয়াৰ বেছি হ’লে, সোৱাদ আৰু গোন্ধ্ সলনি হয়৷দিজায়াৰেবল 0.00২ লৈ বঢ়াব পৰা যায়৷.
    17.পাৰা (Hg) mg/L, Max.0.00১ইয়াৰ বেছি হ’লে পানী বিষাক্ত হৈ পৰে ৷দিজায়াৰেবলকোনো ৰেহাই নাই৷ প্ৰদূষণ হোৱা যেন পালে পৰীক্ষা কৰিব লাগে৷
    18.কেডমিমাম (Cd), mg/l, Max.0.0১ইয়াৰ বেছি হ’লে পানী বিষাক্ত হৈ পৰে ৷দিজায়াৰেবলকোনো ৰেহাই নাই৷ প্ৰদূষণ হোৱা যেন পালে পৰীক্ষা কৰিব লাগে৷
    19.চেলেনিয়াম
    ( Se)
    mg/l, Max.
    0.0১ইয়াৰ বেছি হ’লে পানী বিষাক্ত হৈ পৰে ৷দিজায়াৰেবলকোনো ৰেহাই নাই৷ প্ৰদূষণ হোৱা যেন পালে পৰীক্ষা কৰিব লাগে৷
    20.আৰ্ছেনিক (as) mg/l, Max.0.0৫ইয়াৰ বেছি হ’লে পানী বিষাক্ত হৈ পৰে ৷দিজায়াৰেবলকোনো ৰেহাই নাই৷ প্ৰদূষণ হোৱা যেন পালে পৰীক্ষা কৰিব লাগে৷
    21.চিনাইড (as Cn) mg/l, Max.0.0৫ইয়াৰ বেছি হ’লে পানী বিষাক্ত হৈ পৰে ৷দিজায়াৰেবলকোনো ৰেহাই নাই৷ প্ৰদূষণ হোৱা যেন পালে পৰীক্ষা কৰিব লাগে৷
    22.লীড (Pb), mg/l, Max.0.১ইয়াৰ বেছি হ’লে পানী বিষাক্ত হৈ পৰে ৷দিজায়াৰেবলকোনো ৰেহাই নাই৷ প্ৰদূষণ হোৱা যেন পালে পৰীক্ষা কৰিব লাগে৷
    23.জিংক (Zn), mg/l, Max.৫.0ইয়াৰ বেছি হ’লে এষ্ট্রিনজেন সোৱাদ আহে আৰু পানীত অ’পেলাচিন হয়৷দিজায়াৰেবলপ্ৰদূষণ হোৱা যেন পালে পৰীক্ষা কৰিব লাগে৷১০.০ লৈ বঢ়াব পৰা যায়৷
    24.এনিয়’নিক ডিটাৰ্জেণ্ট     ( MBAS), mg/l, Max.0.২ইয়াৰ বেছি হ’লে পানীত ফেন উঠিব পাৰে ৷দিজায়াৰেবলপ্ৰদূষণ হোৱা যেন পালে পৰীক্ষা কৰিব লাগে৷১.০ লৈ বঢ়াব পৰা যায়৷
    25.ক্রোমিয়াম(Cr+6) mg/l, Max.0.0৫কেঞ্চাৰ ৰোগৰ কাৰণ হ’ব পাৰে ৷দিজায়াৰেবল--
    26.খনিজ তেল, mg/l, Max.0.0১ইয়াৰ বেছি হ’লে ক্লোৰিনেছন হয়৷ ফলত সোৱাদ আৰু গোন্ধ্ সলনি হ’ব পাৰে৷দিজায়াৰেবলপ্ৰদূষণ হোৱা যেন পালে পৰীক্ষা কৰিব লাগে৷০.০৩ লৈ বঢ়াব পৰা যায়৷
    27.ৰেছিডুৱেল মুক্ত্  ক্লোৰাইন
    mg/l, Max.
    0.২--বাধ্য্তামূলকপানী ক্লোৰিণেটেড হ’লে লাগু হয়৷ গ্রাহকে পৰীক্ষা কৰিব লাগে ৷ ভইৰল নফেকছনৰ পৰা সুৰক্ষাৰ সময়ত অতিকমেও 0.5 mg/L হ’ব লাগে ৷