মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Pollution Control Board

ৰাষ্ট্রীয় বায়ুৰ গুণাগুণ সূচক

  • প্ৰদূষণকাৰী উপাদান সময়ৰ ৱেইটেড গড় পৰিবেশ গত বায়ুৰ ঘনত্ব
    উদ্যোগিক এলেকা আবাসিক, গাঁও তথা আন এলেকা সংবেনশীল
    এলেকা
    চালফাৰ
    ডাইঅক্সাইড
    (SO2)
    বাৰ্ষিক
    গড়*
    80 µg/m360 µg/m315 µg/m3
    ২৪ ঘণ্টা****120 µg/m380 µg/m330 µg/m3
    অক্সাইডচ অৱ নাইট্রোজেন এজ NO2বাৰ্ষিক
    গড়*
    80 µg/m360 µg/m315 µg/m3
    ২৪ ঘণ্টা****120 µg/m380 µg/m330 µg/m3
    চাচপেণ্ডেড পাৰ্টিকুলেট মেটাৰ (SPM)বাৰ্ষিক
    গড়*
    360 µg/m3140 µg/m370 µg/m3
    ২৪ ঘণ্টা****500 µg/m3200 µg/m3100 µg/m3
    ৰেইচপাৰেবল পাৰ্টিকুলেট মেটাৰ (RPM) (১০ মাইক্রোনচতকৈ সৰু)বাৰ্ষিক
    গড়*
    120 µg/m360 µg/m350 µg/m3
    ২৪ ঘণ্টা****150 µg/m3100 µg/m375 µg/m3
    লীডবাৰ্ষিক
    গড়*
    1.0 µg/m30.75 µg/m30.50 µg/m3
    ২৪ ঘণ্টা****1.5 µg/m31.0 µg/m30.75 µg/m3
    এমোনিয়া ১বাৰ্ষিক
    গড়*
    0.1 mg/m30.1 mg/m30.1 mg/m3
     ২৪ ঘণ্টা****0.4 mg/m30.4 mg/m30.4mg/m3
    কাৰ্ব্ণ ম’ন’অক্সাইড৮ ঘণ্টা**5.0 mg/m32.0 mg/m31.0 mg/m3
    ১ ঘণ্টা10.0 mg/m34.0 mg/m32.0 mg/m3
    *

    নিৰ্দ্ধাৰিত বিৰতীৰ মূৰে মূৰে ২৪ ঘণ্টাকৈ সপ্তাহত দুবাৰকৈ বছৰত অতি কমেও ১০৪ মেজাৰমেণ্ট্ত বাৰ্ষিক এৰিথমেটিক৷
    .

    **

    ২৪ ঘণ্টা/ ৮ ঘণ্টাৰ ভেল্যু বছৰটোৰ ৯৮% সময়ত হ’ব লাগে৷অৱশ্যে ২% সয়ত এয়া বাঢ়িব পাৰে, কিন্তু একেলেঠাৰিয়ে দুদিনৰ বাবে নহয় ৷ নিৰ্দ্ধাৰিত বিৰতীৰ মূৰে মূৰে ২৪ ঘণ্টাকৈ সপ্তাহত দুবাৰকৈ বছৰত অতি কমেও ১০৪ মেজাৰমেণ্ট্ত বাৰ্ষিক এৰিথমেটিক৷

    নোট:
    ১. ৰাষ্ট্রীয় এম্বিয়েণ্ট্ বায়ুৰ মানদণ্ড্ সূচক: জনস্বাস্থ্য্, গছ-বন তথা বয়-বস্তুৰ সুৰক্ষাৰ বাবে বায়ুৰ মানদণ্ড্ এক নিৰ্দিষ্ট্ সীমাৰ ভিতৰত ৰখা ৷

    ২. যেতিয়াই যেতিয়া  দুটা ভেলুৱে একেলগে নিজৰ নিজৰ সীমা পাৰ হৈ যায়, তেতিয়াই তাৰ নিয়মিয়া পৰীক্ষা তথা তদন্তৰ কথাটো আহি পৰে ৷ S.O. 384(E), বায়ু (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ) আইন,১৯৮১ ,এপ্রিল ১১,১৯৯৪] [EPA Notification: GSR 176(E), এপ্রিল ০২,১৯৯৬].

    ৩.নতিফিকেচন SO.955(E), বায়ু (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ) আইন,১৯৮১, অক্টোবৰ ১৪,১৯৯৮]