মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Pollution Control Board

বোৰ্ডৰ গঠন

  • ৰাজ্য্ চৰকাৰে প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড, অসমৰ সদস্য মনোনীত কৰে৷ জল (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ)সংশোধনী আইন, ১৯৭৪ ৰ ৪ নং দফা অনুসৰি এই বোৰ্ড ১৯৭৫ চনৰ ২ জুনত গঠন কৰা হৈছিল৷ ইয়াক ক্রমে ১৯৮১, ১৯৮২, ১৯৮৩, ১৯৮৪, ১৯৮৫, ১৯৮৬, ১৯৯১, ১৯৯৩, ১৯৯৪, ১৯৯৬, ১৯৯৭, ২০০০, ২০০৫ আৰু ২০০৮ ত পুনৰ গঠন কৰা হয় ৷

    বৰ্ত্ত্মানৰ বোৰ্ডৰ আন্তঃগাঠনি:
    আয়ুক্ত্ সচীব,
    অসম চৰকাৰ,
    পৰিৱেশ আৰু বন মন্ত্রালয় , দিছপুৰ অথবা মনোনীত লোক
    ইআৰ. হেমন্ত্ কুমাৰ গগৈ, চেয়াৰমেন,
    প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড,
    অসম
    মূখ্য্ সংৰক্ষক,
    বন আৰু বন্যপ্রাণী
    উপ সচীব,
    অসম চৰকাৰ,
    বিত্ত বিভাগ
     শ্রী এইচ. কে. চৌধুৰী, WWT.
    মূখ্য্ জনস্বাস্থ্য্ অভিযন্তা বা অতিৰিক্ত্ মূখ্য্ জনস্বাস্থ্য্ অভিযন্তা , অসম উদ্যোগ সঞ্চালক/ অতিৰিক্ত্ উদ্যোগ সঞ্চালক,
    অসম
    সঞ্চালক, নগৰ উন্নয়ন বিভাগ , অসম চৰকাৰ পৰিচালন সঞ্চালক, অসম পেট্রোকেমিকেল লিমিটেড
    চৰকাৰী বিশ্লেষক,
    অসম চৰকাৰ,
    ৰাজ্যিক জনস্বাস্থ্য্ পৰীক্ষাগাৰ, বামুণিমৈদান, গুৱাহাটী-২১
     ড. দুলাল গোস্বামী(অৱসৰপ্রাপ্ত্)
    বিভাগীয় প্রধান, পৰিৱেশ বিজ্ঞান, গুৱাহাটী বিশ্ববিদ্যালয়
    ড. এ.কে. বৰুৱা(অৱসৰপ্রাপ্ত্),
    সঞ্চালক, ASTEC
     ড. আনোৱাৰুদ্দিন চৌধুৰী
    অসম বিজ্ঞান সমিতি (সভাপতি বা তেওঁৰ প্র্তিনিধি শ্রী অভিজিত বৰুৱা, প্রাক্ত্ন সভাপতি,CII, NE Chapter.
    শ্রী মজিবুৰ ৰহমান , প্রাক্ত্ন প্র্বক্তা , নগাঁও মহাবিদ্যালয় সদস্য সচীব ,
    প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ড,
    অসম