NAMP :কেন্দ্রীয় প্ৰদূষণ নিয়ণ্ত্ৰণ বোৰ্ডে আৰ্থিক অনুদান আগবঢ়োৱা ৰাষ্ট্রীয় বায়ু মণিটৰিং কাৰ্য্সূচী(NAMP) ৰ লক্ষ্য্ হ’ল ৰাজ্যৰ চৌপাশৰ বায়ুৰ মানদণ্ড বিশ্লেষণ কৰা ৷ এই কাৰ্য্সূচীৰ অধীনত গুৱাহাটীৰ বামুণীমৈদামত এটা মণিটৰিং ষ্টেচন স্থাপন কৰা হৈছে৷ অবশ্যে এই কাৰ্য্সূচীৰ অধীনত আন কেইটামান মণিটৰিং ষ্টেচন স্থাপনৰ প্ৰস্তাব আগবঢ়োৱা হৈছে৷
ৰাজ্যত সময়ে সময়ে ঔদ্যোগীক,বাণিজ্যিক,আৱাসিক আৰু নিৰৱ এলেকাসমূহত মণিটৰিং কৰা হয়৷