অনলাইন সেৱা
স্থাপনৰ পূৰ্বে-
- স্থাপনৰ অনুমতিৰ আবেদন (জল আইন ১৯৭৪ আৰু বায়ু আইন ১৯৮১)
- স্থাপনৰ অনুমতিৰ আবেদন (জল আইন ১৯৭৪ আৰু বায়ু আইন ১৯৮১) ইউনিট বৃদ্ধিৰ বাবে৷
কামৰ পূৰ্বে :
- কাম কৰাৰ অনুমতিৰ আবেদন (জল আইন ১৯৭৪ আৰু বায়ু আইন ১৯৮১)
- কাম কৰাৰ অনুমতিৰ আবেদন (জল আইন ১৯৭৪ আৰু বায়ু আইন ১৯৮১) ইউনিট বৃদ্ধিৰ বাবে৷
- কাম কৰাৰ অনুমতিৰ আবেদন (জল আইন ১৯৭৪ আৰু বায়ু আইন ১৯৮১) সংযুক্ত স্থিতি আৰু ইউনিট বৃদ্ধিৰ বাবে৷
- প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা নীতি,২০১৬ ৰ অধীনত প্লাষ্টিকৰ মোনা আৰু কনটেইনাৰ, মাল্টি লেয়াৰড প্লাষ্টিক পাউচ অথবা চেচে উৎপাদন ইউনিটৰ পঞ্জীয়নৰ আবেদন৷
- প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা নীতি,২০১৬ ৰ অধীনত উৎপাদন ইউনিট অথবা ব্রেণ্ড মালিকৰ পঞ্জীয়নৰ আবেদন৷
- চলিড আৱৰ্জনা ব্যৱস্থাপনা নীতি, ২০১৬ ৰ অধীনত নিগমৰ চলিড আৱৰ্জনাৰ ট্রিটমেণ্ট/প্রচেছিং/ নিষ্কাষণ/পুনৰনৱীকৰণৰ বাবে ব্যৱহাৰৰ কতৃত্বৰ বাবে আবেদন৷ (Form I)
- বায়’ মেডিকেল আৱৰ্জনা ব্যৱস্থাপনা নীতি,২০১৬ ৰ অধীনত কতৃত্ব অথবা নৱীকৰণৰ বাবে আবেদন- Form II
- আৱৰ্জনাৰ নিৰ্মাণ তথা ভাঙি পেলোৱাৰ বাবে থকা ব্যৱস্থাপনা নীতি,২০১৬ ৰ অধীনত আৱৰ্জনা প্রচেছিং ফেচিলিটিৰ নিৰ্মাণ তথা ভাঙি পেলোৱাৰ বাবে কতৃত্বৰ আবেদন ৷
- ইলেকট্র্ণিক আৱৰ্জনা ব্যৱস্থাপনা নীতি,২০১৬ ৰ অধীনত ই-আৱৰ্জনাৰ উৎপাদন/সংগ্রহ /ষ্টোৰেজ / ভঙা/ পুনৰনৱীকৰণৰ বাবে কতৃত্বৰ আবেদন ৷ (Form I)
- প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা নীতি,২০১৬ ৰ অধীনত প্লাষ্টিকৰ কেচাঁমাল উৎপাদনৰ বাবে পঞ্জীয়নৰ আবেদন৷ (Form III)
- প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা নীতি,২০১৬ ৰ অধীনত প্লাষ্টিক আৱৰ্জনাৰ প্রচেছিং অথবা পুনৰনৱীকৰণৰ সৈতে জড়িত ইউনিটৰ পঞ্জীয়নৰ আবেদন৷ (Form II)
- ক্ষতিকাৰক আৰু অন্যান্য আৱৰ্জনা (ব্যৱস্থাপনা আৰু আন্তঃসীমান্ত বিচলন) নীতি , ২০১৬ ৰ অধীনত ক্ষতিকাৰক আৰু অন্যান্য আৱৰ্জনাৰ উৎপাদন/ সংগ্রহ/ অনা-নিয়া/গ্রহণ/ ষ্টোৰেজ/ পুনৰনৱীকৰণ/পুনৰব্যৱহাৰ/ ৰিকোভাৰ/প্রিপ্রচেছিং/কো-প্রচেছিং/ব্যৱহাৰ/ট্রিটমেণ্ট/নিষ্কাষণৰ অনুমতিৰ আৱেদন ৷(Form I)
- তৃতীয় পক্ষ/নিজস্ব প্রমাণ পত্রৰ ভিত্তিত কাম কৰাৰ অনুমতিৰ আপোনাআপুনি হোৱা নৱীকৰণৰ(জল আইন ১৯৭৪ আৰু বায়ু আইন ১৯৮১)৷
সূত্র্পাতৰ পাছত:
- জল (প্রতিৰোধ আৰু প্ৰদূষণ নিয়ণ্ত্ৰণ) আইন,১৯৭৪ ৰ অধীনত প্রবাহমান প্রবাহ, প্রবাহৰ প্রক্রিয়াৰ ট্রিটমেণ্ট অথবা উদ্যোগ অপাৰেশ্ব্ন প্রক্রিয়া স্থাপন বা আন আনুসংগিক কামৰ অনুমতিৰ আবেদন৷ (Form XIII)
- ক্ষতিকাৰক আৰু অন্যান্য আৱৰ্জনা (ব্যৱস্থাপনা আৰু আন্তঃসীমান্ত বিচলন) নীতি , ২০১৬ ৰ অধীনত ক্ষতিকাৰক আৰু অন্যান্য আৱৰ্জনাৰ উৎপাদন/ সংগ্রহ/ অনা-নিয়া/গ্রহণ/ ষ্টোৰেজ/ পুনৰনৱীকৰণ/পুনৰব্যৱহাৰ/ ৰিকোভাৰ/প্রিপ্রচেছিং/কো-প্রচেছিং/ব্যৱহাৰ/ট্রিটমেণ্ট/নিষ্কাষণৰ অনুমতিৰ নৱীকৰণৰ আৱেদন ৷(Form I)
ৰিটাৰ্ণ আৰু নৱীকৰণ
- কাম কৰাৰ অনুমোদনৰ নৱীকৰণ ( জল আইন,১৯৭৪ আৰু বায়ু আইন ১৯৮১ৰ অধীনত)
- বেটাৰী (ব্যৱস্থাপনা আৰু ব্যৱহাৰ ) নীতি ২০০১ ৰ অধীনত ব্যৱহৃত বেটাৰী নিলাম কৰোতাৰ দ্বাৰা ছমহীয়া ৰিটাৰ্ণ্ দাখিলৰ আৱেদন পত্র ৷ (Form IX)
- বেটাৰী (ব্যৱস্থাপনা আৰু ব্যৱহাৰ ) নীতি ২০০১ ৰ অধীনত নতুন বেটাৰীৰ বিক্রী তথা পুৰণি বেটাৰী সংগ্র্হৰ সৈতে জড়িত এচেমব্লাৰ/ উৎপাদক /ৰি-কণ্ডিছনাৰ কৰোতাৰ দ্বাৰা ছমহীয়া ৰিটাৰ্ণ দাখিলৰ আৱেদন পত্র ৷ (Form I)
- ক্ষতিকাৰক আৰু অন্যান্য আৱৰ্জনা (ব্যৱস্থাপনা আৰু আন্তঃসীমান্ত বিচলন) নীতি , ২০১৬ ৰ অধীনত বাৰ্ষিক ৰিটাৰ্ণ দাখিলৰ আৱেদন পত্র ৷ (Form IV)
- ই আৱৰ্জনা ব্যৱস্থাপনা নীতি ২০১৬ ৰ অধীনত উৎপাদক/ সংগ্র্হ কেন্দ্র্/ডিছমেন্ট্লাৰ/ পুনৰনৱীকৰণৰ বাৰ্ষিক ৰিটাৰ্ণ দাখিলৰ আৱেদন পত্র ৷ (Form III)
- প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা নীতি ২০১৬ ৰ অধীনত Form-IV ৰ জৰিয়তে প্লাষ্টিক আৱৰ্জনাৰ পুনৰনৱীকৰণ অথবা প্লাষ্টিক আৱৰ্জনা প্রচেছিং অপাৰটৰে স্থানীয় নিকায়ৰ ওচৰত জমা দিবলগীয়া বাৰ্ষিক ৰিটাৰ্ণ দাখিলৰ আৱেদন পত্র৷
- বায়’ মেডিকেল আৱৰ্জনা ব্যৱস্থাপনা নীতি,২০১৬ ৰ অধীনত Form-IV ৰ জৰিয়তে হেল্থ কেয়াৰ ফেচিলিটি (HCF) অথবা সাধাৰণ বায়’ মেডিকেল আৱৰ্জনা ট্রিটমেণ্ট ফেচিলিটি (CBWTF) ৰ মালিকে জমা দিবলগীয়া বাৰ্ষিক প্ৰতিবেদনৰ আৱেদন ৷(Form-IV)
- বেটাৰী (ব্যৱস্থাপনা আৰু ব্যৱহাৰ ) নীতি ২০০১ ৰ অধীনত নতুন বেটাৰীৰ বিক্রী তথা পুৰণি বেটাৰী সংগ্র্হৰ সৈতে জড়িত ডিলাৰে উৎপাদকক জমা দিবলগীয়া ছমহীয়া ৰিটাৰ্ণ দাখিলৰ আৱেদন পত্র ৷ (Form-V)
- বেটাৰী (ব্যৱস্থাপনা আৰু ব্যৱহাৰ ) নীতি ২০০১ ৰ অধীনত বৃহৎসংখ্য্ক বেটাৰী উপভোক্তাই জমা দিবলগীয়া ছমহীয়া ৰিটাৰ্ণ দাখিলৰ আৱেদন পত্র ৷(Form VIII)
- বেটাৰী (ব্যৱস্থাপনা আৰু ব্যৱহাৰ ) নীতি ২০০১ ৰ অধীনত ব্যৱহৃত বেটাৰীৰ পুনৰনৱীকৰণ কৰোতাই জমা দিবলগীয়া ছমহীয়া ৰিটাৰ্ণ দাখিলৰ আৱেদন পত্র ৷(Form VII)
- বায়’ মেডিকেল আৱৰ্জনা ব্যৱস্থাপনা নীতি,২০১৬ ৰ অধীনত অনুমতিৰ নৱীকৰণৰ আৱেদন পত্র৷ (Form II)
- ক্ষতিকাৰক আৰু অন্যান্য আৱৰ্জনা (ব্যৱস্থাপনা আৰু আন্তঃসীমান্ত বিচলন) নীতি,২০১৬ৰ অধীনত ক্ষতিকাৰক আৰু অন্যান্য আৱৰ্জনাৰ উৎপাদন/ সংগ্রহ/ অনা-নিয়া/গ্রহণ/ ষ্টোৰেজ/ পুনৰনৱীকৰণ/পুনৰব্যৱহাৰ/ ৰিকোভাৰ/প্রিপ্রচেছিং/কো-প্রচেছিং/ব্যৱহাৰ/ট্রিটমেণ্ট/নিষ্কাষণৰ অনুমতিৰ নৱীকৰণৰ আৱেদন ৷(Form I)
অন্যান্য অনুমতি:
- ই- আৱৰ্জনাৰ পুনৰনৱীকৰণৰ বাবে পৰিৱেশ উপযোগী ব্যৱস্থা পঞ্জীয়নৰ আৱেদন(Form 4)
- নতুন লীড এচিড বেটাৰী আমদানি কৰোতাৰ শপতনামা(Form III)
- চলিড আৱৰ্জনা ব্যৱস্থাপনা নীতি ২০১৬ ৰ অধীনত লিপিবদ্ধ হোৱা দূৰ্ঘটনাৰ বাবে আৱেদন ৷
- ক্ষতিকাৰক আৰু অন্যান্য আৱৰ্জনা (ব্যৱস্থাপনা আৰু আন্তঃসীমান্ত বিচলন) নীতি , ২০১৬ ৰ চিডিউল ৩ ৰ পাৰ্ট ডি ৰ ট্রেডাৰৰ বাবে এককালীন অনুমতিৰ বাবে আৱেদন (Form VII)৷
- বায়’ মেডিকেল আৱৰ্জনা ব্যৱস্থাপনা নীতি ২০১৬ ৰ অধীনত লিপিবদ্ধ হোৱা দূৰ্ঘটনাৰ বাবে আৱেদন৷ (Form I)
- বেটাৰী (ব্যৱস্থাপনা আৰু ব্যৱহাৰ ) নীতি ২০০১ ৰ অধীনত নতুন লীড এচিড বেটাৰী আমদানি কৰোতাৰ দ্বাৰা লীড এচিড বেটাৰী বিক্রীৰ ছমহীয়া ৰিটাৰ্ণ দাখিলৰ আৱেদন (Form IV)৷
- ক্ষতিকাৰক আৰু অন্যান্য আৱৰ্জনা (ব্যৱস্থাপনা আৰু আন্তঃসীমান্ত বিচলন) নীতি , ২০১৬ ৰ অধীনত ক্ষতিকাৰক আৰু অন্যান্য আৱৰ্জনাৰ পুনৰব্যৱহাৰ/ পুনৰনৱীকৰণ/ ৰিকোভাৰী/ কো-প্রচেছিং/ ব্যৱহাৰৰ বাবে আমদানি আৰু ৰপ্তানিৰ বাবে আৱেদন ৷
- ব্যৱহৃত লীড এচিড বেটাৰীৰ পুনৰনৱীকৰণৰ বাবে পৰিৱেশ উপযোগী ব্যৱস্থা পঞ্জীয়নৰ আৱেদন Form VI)৷
- ক্ষতিকাৰক আৰু অন্যান্য আৱৰ্জনা (ব্যৱস্থাপনা আৰু আন্তঃসীমান্ত বিচলন) নীতি , ২০১৬ ৰ অধীনত আন্তঃসীমান্ত বিচলন তথা বিচলন নথিৰ আৱেদন ৷ (Form VI)
- ব্যৱহৃত/সৃষ্টি হোৱা ই-আৱৰ্জনা সম্পৰ্কীয় নথিৰ ব্যৱস্থাপনাৰ আৱেদন (Form 2)৷
- বেটাৰী (ব্যৱস্থাপনা আৰু ব্যৱহাৰ ) নীতি ২০০১ ৰ অধীনত নতুন লীড এচিড / প্রাইমেৰী বেটাৰী আমদানি কৰোতাৰ আৱেদন ৷ (form II)
- ক্ষতিকাৰক আৰু অন্যান্য আৱৰ্জনা (ব্যৱস্থাপনা আৰু আন্তঃসীমান্ত বিচলন) নীতি ,২০১৬ ৰ অধীনত দূৰ্ঘটনাৰ প্রতিবেদনৰ ফৰ্মেট (Form XI)